‘নিপা’- এটা মাৰাত্মক ভাইৰাছ || Nipah Virus-Symptoms, Prevention
0
0
0 Vues·
15/09/23
‘নিপা’- এটা মাৰাত্মক ভাইৰাছ। এই ‘নিপা’ই এতিয়া আতংকৰ সৃষ্টি কৰিছে কেৰালাত। দেশৰ কেইবাখনো মহানগৰীত জাৰি কৰা হৈছে ৰেড এলাৰ্ট। ‘নিপা’ই এইপৰ্যন্ত ১৬জন লোকৰ প্ৰাণ কাঢ়িছে দক্ষিণৰ ৰাজ্যখনত। সংক্ৰমিত ৰোগীক চিকিত্সা কৰা নাৰ্ছেও সাবটিছে মৃত্যুক। কি এই ‘নিপা’? কেনেকৈ ৰক্ষা পাব ‘নিপা’ৰ পৰা?
Montre plus
0 commentaires
sort Trier par
