Tiếp theo

‘নিপা’- এটা মাৰাত্মক ভাইৰাছ || Nipah Virus-Symptoms, Prevention

0 Lượt xem· 15/09/23
VRS TUBE
VRS TUBE
184 Người đăng ký
184
Trong

‘নিপা’- এটা মাৰাত্মক ভাইৰাছ। এই ‘নিপা’ই এতিয়া আতংকৰ সৃষ্টি কৰিছে কেৰালাত। দেশৰ কেইবাখনো মহানগৰীত জাৰি কৰা হৈছে ৰেড এলাৰ্ট। ‘নিপা’ই এইপৰ্যন্ত ১৬জন লোকৰ প্ৰাণ কাঢ়িছে দক্ষিণৰ ৰাজ্যখনত। সংক্ৰমিত ৰোগীক চিকিত্‍সা কৰা নাৰ্ছেও সাবটিছে মৃত্যুক। কি এই ‘নিপা’? কেনেকৈ ৰক্ষা পাব ‘নিপা’ৰ পৰা?

Cho xem nhiều hơn

 0 Bình luận sort   Sắp xếp theo


Tiếp theo